প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্য অধিক অৱনতি…

প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্য অধিক অৱনতি…
  • অৰুণ জেটলীৰ স্বাস্থ্য আৰু অধিক অৱনতি।
  • এইমছৰ এক সূত্ৰই সদৰী কৰিছে এই তথ্য।
  • শুকুৰবাৰে ডাইলেছিছ কৰা হৈছিল প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ।
  • ইয়াৰ পাছতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে তেওঁৰ।
  • কেইবাগৰাকীও চিকিৎসকে চলাই আছে চিকিৎসা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in