শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক

শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক
  • কাছাৰত আৰক্ষী হাতত গ্ৰেপ্তাৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক।
  • বৃহস্পতিবাৰে লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাগিচাৰ সহকাৰী প্ৰবন্ধকজনক।
  • গ্ৰেপ্তাৰ হোৱা সহকাৰী প্ৰবন্ধকজনৰ নাম হীৰালাল লোহাৰ।
  • বাগিচাৰ কাম কৰা শ্ৰমিকৰ পি এফ সক্ৰান্তীয় এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হীৰালালক।
  • আদালত আৱমাননাৰ অভিযোগো উত্থাপন হৈ আছে লোকজনৰ বিৰুদ্ধে।
  • লক্ষীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in