শেহতীয়া খবৰ
ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...  •  ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা...

শশী থৰুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি…

712
  • কংগ্ৰেছ নেতা শশী থৰুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি।
  • কলকতা মেট্ৰ’পলিটান মেজিষ্ট্ৰেট ক’ৰ্টে জাৰি কৰিছে কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে এই পৰোৱানা।
  • হিন্দু-পাকিস্তান সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে।
  • এই সন্দৰ্ভত ৰুজু হৈছিল এটা গোচৰ।
  • অধিবক্তা সুমিত চৌধুৰীয়ে ৰুজু কৰিছিল এই গোচৰটো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি