জম্মু-কাশ্মীৰৰ পুলৱামাত পুনৰ শ্বহীদ চাৰিজন ভাৰতীয় সেনা জোৱান

জম্মু-কাশ্মীৰৰ পুলৱামাত পুনৰ শ্বহীদ চাৰিজন ভাৰতীয় সেনা জোৱান
  • জম্মু–কাশ্মীৰৰ পুলৱামাত পুনৰ শ্বহীদ চাৰিজন ভাৰতীয় সেনাৰ জোৱান।
  • সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ হয় সেনাৰ এজন মেজৰসহ চাৰিজন জোৱান।
  • দক্ষিণ কাশ্মীৰৰ পিংগলান অঞ্চলত পুৱাৰে পৰা সন্ত্ৰাসবাদীৰে তুমুল সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ।
  • সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।
  • ৩-৪ জনীয়া সন্ত্ৰাসবাদী দল এটাই আত্মগোপন কৰি থকাৰ সন্দেহ অঞ্চলটোত।
  • ওৰেনিশা দুয়োপক্ষৰ মাজত চলিছিল প্ৰচণ্ড গুলীয়াগুলি।
  • স্থানীয় লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে।
  • পুলৱামা জিলাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in