শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমাঞ্চলত হোৱা পাকিস্তানৰ আক্ৰমণত শ্বহীদ অসমৰ এজন জোৱান…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পাকিস্তানী সেনাই ভাৰতৰ জম্মু-কাশ্মীৰত কৰা চিজ ফায়াৰ ঘটনাত অসমৰ এজন জোৱানো শ্বহীদ হয়। ধুবুৰী জিলাৰ হৰধন চন্দ্ৰ ৰয় নামৰ এই জোৱান জনৰ শপতগ্ৰাম আৰক্ষী চকীৰ ফুটুকীগ্ৰাম-মেধিপাৰাৰ বাসিন্দা

এই সংঘৰ্ষত ৪ জন ভাৰতীয় জোৱানৰ মৃত্যু হোৱা লগতে এই ঘটনাই ৩ জন সাধাৰণ নাগৰিকৰ প্ৰাণ লয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই সংঘৰ্ষত পাকিস্তানৰ ৬-৭ জন আৰ্মি জোৱানৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১০-১২ জন আঘাত প্ৰাপ্ত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি