জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমাঞ্চলত হোৱা পাকিস্তানৰ আক্ৰমণত শ্বহীদ অসমৰ এজন জোৱান…

জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমাঞ্চলত হোৱা পাকিস্তানৰ আক্ৰমণত শ্বহীদ অসমৰ এজন জোৱান…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পাকিস্তানী সেনাই ভাৰতৰ জম্মু-কাশ্মীৰত কৰা চিজ ফায়াৰ ঘটনাত অসমৰ এজন জোৱানো শ্বহীদ হয়। ধুবুৰী জিলাৰ হৰধন চন্দ্ৰ ৰয় নামৰ এই জোৱান জনৰ শপতগ্ৰাম আৰক্ষী চকীৰ ফুটুকীগ্ৰাম-মেধিপাৰাৰ বাসিন্দা

এই সংঘৰ্ষত ৪ জন ভাৰতীয় জোৱানৰ মৃত্যু হোৱা লগতে এই ঘটনাই ৩ জন সাধাৰণ নাগৰিকৰ প্ৰাণ লয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই সংঘৰ্ষত পাকিস্তানৰ ৬-৭ জন আৰ্মি জোৱানৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১০-১২ জন আঘাত প্ৰাপ্ত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in