গভীৰ অৰণ্যৰ মাজত সেনাই উদ্ধাৰ কৰিলে অস্ত্ৰ ভাণ্ডাৰ…

গভীৰ অৰণ্যৰ মাজত সেনাই উদ্ধাৰ কৰিলে অস্ত্ৰ ভাণ্ডাৰ…
  • অৰুণাচল প্রদেশৰ ফিনভিৰুত অস্ত্র ভাণ্ডাৰ উদ্ধাৰ।
  • গভীৰ অৰণ্যৰ মাজত সেনাই উদ্ধাৰ কৰিলে অস্ত্র ভাণ্ডাৰ।
  • বিশেষ সূত্রৰ পমখেদি চলাইছিল উগ্রপন্থী বিৰোধী অভিযান।
  • অভিযানত উদ্ধাৰ এটা AK56 ৰাইফলসহ ৪ জাঁই সক্রিয় গুলী।
  • লগতে উদ্ধাৰ দুটা Single Shot ৰাইফল, এটা পিষ্টল।।
  • উদ্ধাৰ ৩ জাঁই সক্রিয় গুলী আৰু ৪৫০ গ্রাম বিস্ফোৰক সামগ্রী।
  • অস্ত্র ভাণ্ডাৰৰ লগতে উদ্ধাৰ ৪০ গ্রাম ড্রাগছ।
  • উদ্ধাৰ হোৱা অস্ত্র-শস্ত্রসমূহ মানমৌ আৰক্ষীক গতাই দিছে সেনাই।
  • বৰ্তমানেও সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্রপন্থীবিৰোধী অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in