শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

কাৰ্বি আংলঙত ডিলাই আৰক্ষীৰ অবৈধ মৰাণাস্ত্ৰসহ এজনক আটক

226

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলঙ জিলাৰ ডিলাই আৰক্ষীয়ে কাৰ্বি আংলঙৰ চট’লেঙেৰীত থকা প্ৰৱেশ কৰ গেটৰ সমীপৰ পৰা মৰাণাস্ত্ৰসহ এজন যুৱকক আটক কৰে৷ আটকাধীন যুৱকজন খটখটী থানাৰ অন্তৰ্গত বালিজান খান বস্তিৰ মুঘাকা চুমি বুলি জানিব পৰা গৈছে৷

যুৱকজনৰ পৰা আৰক্ষীয়ে এটা .৩২ পিষ্টল, তিনি জাঁই সজীৱ গুলী আৰু এটা পুতলা পিষ্টল জব্দ কৰে৷ আৰক্ষীৰ সুত্ৰ অনুসৰি, ডিলাই আৰক্ষীয়ে উক্ত অঞ্চলত তহল দি থকাৰ সময়তেই যুৱকজনৰ ওপৰত সন্দেহ ওপজাত তালাচী চলায় আৰু উল্লেখিত মৰণাস্ত্ৰ সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ৩৩/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি সশস্ত্ৰ আইনৰ ২৫/২৮ ধাৰাৰ অধীনত যুৱকজনক ন্যায়িক আদালতলৈ প্ৰেৰণ কৰে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি