শেহতীয়া খবৰ

‘অৰ্জুন বঁটা’ আৰু ‘দ্ৰোণাচাৰ্য বঁটা’ৰ বাবে ৮ খেলুৱৈৰ নাম প্ৰেৰণ…

268
  • ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়া (ডব্লিউ এফ আই)য়ে অৰ্জুন বঁটা আৰু দ্ৰোণাচাৰ্য বঁটাৰ বাবে প্ৰেৰণ কৰিছে খেলুৱৈৰ নাম।
  • অৰ্জুন বঁটাৰ বাবে ৪জন খেলুৱৈৰ নাম প্ৰেৰণ কৰে ডব্লিউ এফ আই-য়ে।
  • প্ৰেৰণ কৰা খেলুৱৈ কেইগৰাকীৰ নাম ক্ৰমে- ৰাহুল আৱাৰে, হৰপ্ৰীত সিং, দিব্যা কক্ৰাণ আৰু পূজা ধাণ্ডে।
  • ইফালে, দ্ৰোণাচাৰ্য বঁটাৰ বাবেও প্ৰেৰণ কৰিছে চাৰিজন খেলুৱৈৰ নাম।
  • তেওঁলোক ক্ৰমে- বীৰেন্দৰ কুমাৰ, সুজিৎ মান, নৰেন্দ্ৰ কুমাৰ আৰু বিক্ৰম কুুমাৰ।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি