আজি দিল্লীলৈ আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মাউৰিচিঅ’ মাক্ৰি

আজি দিল্লীলৈ আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মাউৰিচিঅ’ মাক্ৰি
  • আজি দিল্লীলৈ আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মাউৰিচিঅ' মাক্ৰি ।
  • ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে বাৰ্তালাপত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • দুয়োখন দেশৰ মাজত ৰাজনৈতিক সম্বন্ধৰ ৭০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মাক্ৰিৰ এই ভাৰত আগমন।
  • আন বিষয়তো দুয়োগৰাকী নেতাৰ মাজত আলোচনাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in