শেহতীয়া খবৰ
কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা...  •  এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...

য’তেই কংগ্ৰেছৰ ভোট, তাতেই বিকল হয় ই ভি এমঃ অৰ্ধেন্দু দে’

303
  • নগাঁও লোকসভা সমষ্টিৰ হোজাইত কেইটাবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল।
  • ১ নং তেলীবস্তি এল পি স্কুলত বিকল হৈ আছে ই ভি এম।
  • দক্ষিণ হোজাই এম ই স্কুলতো ই ভি এম বিকল হোৱাৰ ফলত ভোটদানত বিলম্ব।
  • ১৫৫নং দাসবস্তি এল পি স্কুলতো অনুৰূপ ঘটনা।
  • কালি নগৰত এল পি স্কুলতো ই ভি এম বিকলৰ বাবে ভোটদানত পলম।
  • কেইবাঘণ্টাৰ পাছত আৰম্ভ হৈছে ভোটগ্ৰহণ।
  • ই ভি এম বিকলক লৈ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ৰ মন্তব্য-
  • ‘য’তেই কংগ্ৰেছে ভোট পায়, তাতেই বিকল হয় ই ভি এম।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি