য’তেই কংগ্ৰেছৰ ভোট, তাতেই বিকল হয় ই ভি এমঃ অৰ্ধেন্দু দে’

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নগাঁও লোকসভা সমষ্টিৰ হোজাইত কেইটাবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল।
  • ১ নং তেলীবস্তি এল পি স্কুলত বিকল হৈ আছে ই ভি এম।
  • দক্ষিণ হোজাই এম ই স্কুলতো ই ভি এম বিকল হোৱাৰ ফলত ভোটদানত বিলম্ব।
  • ১৫৫নং দাসবস্তি এল পি স্কুলতো অনুৰূপ ঘটনা।
  • কালি নগৰত এল পি স্কুলতো ই ভি এম বিকলৰ বাবে ভোটদানত পলম।
  • কেইবাঘণ্টাৰ পাছত আৰম্ভ হৈছে ভোটগ্ৰহণ।
  • ই ভি এম বিকলক লৈ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে'ৰ মন্তব্য-
  • 'য'তেই কংগ্ৰেছে ভোট পায়, তাতেই বিকল হয় ই ভি এম।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in