সন্ত্ৰাসবাদীৰ গুলীত নিহত শ্ৰমিকৰ পৰিয়ালক সাহায্য প্ৰদান কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ কংগ্ৰেছ নেতাৰ…

সন্ত্ৰাসবাদীৰ গুলীত নিহত শ্ৰমিকৰ পৰিয়ালক সাহায্য প্ৰদান কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ কংগ্ৰেছ নেতাৰ…
  • কংগ্ৰেছ নেতা এ আৰ চৌধুৰীয়ে প্ৰধানমন্ত্ৰী মোডীলৈ লিখিলে পত্ৰ।
  • জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ গুলীত নিহত ৫ শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ দাবীৰে প্ৰেৰণ কৰে পত্ৰখন।
  • পত্ৰখনত তেওঁ লিখিছে- 'নিহত শ্ৰমিক কেইজনৰ পৰিয়ালক প্ৰদান কৰিব লগা সাহায্যৰ ধন বৃদ্ধি কৰিব লাগে।'
  • উল্লেখ্য যে, মঙলবাৰে কুলগামত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত নিহত হৈছিল শ্ৰমিক কেইজন।
  • নিহত আটাইকেইজন শ্ৰমিক আছিল মুৰশ্বিদাবাদৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in