অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা…

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা…
  • অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা।
  • কিছু সময়ৰ পূৰ্বে এ পি এছ চিৰ ৱেবচাইটত উপলদ্ধ হৈছে এই ফলাফল।
  • উৰ্ত্তীণ প্ৰাৰ্থী সকলৰ ৰোল নং প্ৰকাশ কৰিছে অসম লোকসেৱা আয়োগে।
  • পিছৰ পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ২০১৯ ৰ জুলাই মাহত।
  • এই লিংকত উপলদ্ধ এপিএছচিৰ ৰিজাল্ট- http://apsc.nic.in/misc_2019/Res_CCE(P)-2018_13March2019.pdf
  • অসম লোকসেৱা আয়োগৰ লিংক-  www.apsc.nic.in

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in