শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষাঃ অৱতীৰ্ণ হ’ব ৭৬ সহস্ৰাধিক প্ৰাৰ্থী…

  • আজি এপিএছচিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা।
  • পুৱা ১০ বজাত আৰম্ভ হ’ব এই পৰীক্ষা।
  • ৰাজ্যৰ ৩১খন জিলা সদৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতামূলক পৰীক্ষা।
  • কোভিড বিধি মানি চলি অনুষ্ঠিত হ’ব এই পৰীক্ষা।
  • উল্লেখ্য যে, বিভিন্ন শ্ৰেণীৰ ৩৩১টা পদত নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত।
  • ৭৬০৭১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব এই পৰীক্ষাত।
  • প্ৰাৰ্থীসকলৰ বাবে বাধ্যতামূলক মাস্ক পৰিধান কৰা, ফেচ ছিল্ড আৰু হেণ্ড গ্ল’বছ ব্যৱহাৰ কৰা।
  • লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আৰটি-পিচিআৰৰ নিগেটিভ প্ৰতিবেদন আনিব লাগিব।
  • এই আৰ-পিচিআৰ প্ৰতিবেদন যোৱা ৭২ ঘন্টাৰ ভিতৰৰ হ’ব লাগিব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি