এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষাঃ অৱতীৰ্ণ হ’ব ৭৬ সহস্ৰাধিক প্ৰাৰ্থী…

ফাইল ফটো
ফাইল ফটো
  • আজি এপিএছচিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা।
  • পুৱা ১০ বজাত আৰম্ভ হ'ব এই পৰীক্ষা।
  • ৰাজ্যৰ ৩১খন জিলা সদৰত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতামূলক পৰীক্ষা।
  • কোভিড বিধি মানি চলি অনুষ্ঠিত হ'ব এই পৰীক্ষা।
  • উল্লেখ্য যে, বিভিন্ন শ্ৰেণীৰ ৩৩১টা পদত নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত।
  • ৭৬০৭১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত।
  • প্ৰাৰ্থীসকলৰ বাবে বাধ্যতামূলক মাস্ক পৰিধান কৰা, ফেচ ছিল্ড আৰু হেণ্ড গ্ল'বছ ব্যৱহাৰ কৰা।
  • লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আৰটি-পিচিআৰৰ নিগেটিভ প্ৰতিবেদন আনিব লাগিব।
  • এই আৰ-পিচিআৰ প্ৰতিবেদন যোৱা ৭২ ঘন্টাৰ ভিতৰৰ হ'ব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in