ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে পিছুৱা হল এ পি এছ চিৰ মূল পৰীক্ষা…

ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে পিছুৱা হল এ পি এছ চিৰ মূল পৰীক্ষা…
  • পিছুৱা হল এ পি এছ চিৰ মূল পৰীক্ষা।
  • ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত ।
  • ২২ জুলাইৰ পৰিৱৰ্তে ২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা।
  • ২২ৰ পৰা ৩১ জুলাইলৈ হ'বলগা পৰীক্ষা বাতিল কৰা হ'ল।
  • ২ৰ পৰা ৯ আগষ্টলৈ পূৰ্বৰ সূচী মতে অনুষ্ঠিত হ'ব পৰীক্ষা।
  • ৯ আগষ্টৰ পিছতহে বাতিল হোৱা বিষয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in