১২ ছেপ্তেম্বৰত এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাঃ পৰীক্ষাত বহিব নোৱাৰিব কোভিড আক্ৰান্ত..

১২ ছেপ্তেম্বৰত এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাঃ পৰীক্ষাত বহিব নোৱাৰিব কোভিড আক্ৰান্ত..
  • অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০২০ অনুষ্ঠিত হ'ব।
  • ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা।
  • মুঠ ৩৩১ টা পদৰ বাবে এই প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'ব।
  • ৩১ টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব।
  • পৰীক্ষাত অৱতীৰ্ণ হ'ব ৭৬০৭১ গৰাকী প্ৰাৰ্থী।
  • সকলো পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ আহোতে লগত লৈ আহিব লাগিব কোভিড নিগেটিভৰ ফলাফলৰ প্ৰমাণপত্ৰ।
  • কোভিডত আক্ৰান্ত হোৱা কোনো পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in