৩০ ডিচেম্বৰত এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা

  • অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ সূচী ঘোষণা।
  • ৩০ ডিচেম্বৰত ২০১৮, দেওবাৰে অনুষ্ঠিত হ'ব এই পৰীক্ষা।
  • ৩১খন জিলাৰ জিলা সদৰত অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ।
  • নতুনকৈ পৰীক্ষাৰ বাবে ই-এডমিছন চাৰ্টিফিকেট দিব এপিএছচিয়ে।
  • www.apsc.nic.inত উপলব্ধ হ'ব এই ই-এডমিছন চাৰ্টিফিকেট।
  • ১৫ ডিচেম্বৰৰ পৰা পৰীক্ষাত বহিবলৈ যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীয়ে এই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব এই চাৰ্টিফিকেট।
  • অধিক জানিবৰ বাবে প্ৰাৰ্থীসকলৰ বাবে মুকলি কৰা হৈছে এটা হেল্পডেস্ক নম্বৰ।
  • নম্বৰটো হ'ল ০৩৬১-২৩৬৩১১৭।
  • কাৰ্যালয় খোলা থকা সময়ত উপলব্ধ হ'ব এই নম্বৰটো।
  • ই-মেইলযোগেও সবিশেষ জানিব পাৰিব প্ৰাৰ্থীসকলে।
  • apsc_assam@nic.in ই-মেইলত কৰিব পাৰিব যোগাযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in