২৪ নবেম্বৰৰ এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল

২৪ নবেম্বৰৰ এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল
  • অৱশেষত ২৪ নবেম্বৰৰ এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল।
  • পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে পৰীক্ষা।
  • পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় তাক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তি।
  • অসম লোক সেৱা আয়োগে সময়মতে প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'ব বুলি পূৰ্বতে জাৰি কৰিছিল এক বিবৃতি।
  • তাৰপাছতে নতুন বিবৃতিযোগে পৰীক্ষা বাতিল কৰাৰ কথা সদৰি কৰিলে আয়োগে।
  • ডিচেম্বৰৰ শেষৰ ফালেহে এপএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা।
  • এতিয়াও ঠিক কৰা নাই পৰীক্ষাৰ তাৰিখ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in