শেহতীয়া খবৰ
ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  কলিয়াবৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত...  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  ঘৰৰ মজিয়াত ওলাল ঘৰিয়াল, তাৰ পিছত...  •  ঢকুৱাখনাৰ চাৰিকৰীয়া নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

সুখবৰ, ভাৰতত কম মূল্যত পাব আইফোন!

1,944

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আপুনি অধিক মূল্য দিব নালাগে আইফোন ক্ৰয় কৰিবৰ বাবে। আমেৰিকাৰ প্ৰখ্যাত প্ৰতিষ্ঠান এপ’লে আনিছে ভাল খবৰ। ভাৰতৰ ভিতৰতে প্ৰথমখন এপ’লৰ বিপণী স্থাপন কৰা হ’ব মুম্বাইত। ইতিমধ্যে ইয়াৰ বাবে চিন্তা চৰ্চা আগবঢ়াইছে প্ৰতিষ্ঠানটোৱে। ভাৰতত ইয়াৰ বিপণী স্থাপনৰ বাবে প্ৰতিষ্ঠানটোৱে চুড়ান্ত কৰিছে তালিকাও।

আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ স্থান শক্তিশালী কৰিবলৈ সক্ষম হোৱা প্ৰতিষ্ঠানটোৱে ভাৰতত ইয়াৰ কাম কাজ বৃদ্ধি কৰাৰ মানসেৰে এই কাম কৰিবলৈ লৈছে। এপ’লৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকে এই সংক্ৰান্তত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ‘কম সময়ৰ বাবে ভাৰত আমাৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ বজাৰ হৈছে যদিও অতি কম দিনতে ই আমাৰ বাবে লাভজনক বজাৰ হৈ পৰিব। অতি সোনকালে এই বজাৰখনত আমি প্ৰত্যক্ষভাবে ব্যৱসায় আৰম্ভ কৰাৰ বাবে পৰিকল্পনা হাতত লৈছো।’ ভাৰতত এপ’লে বিপণী স্থাপন কৰিলে হ্ৰাস পাব আইফোনৰ মূল্য।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি