আজি ‘আপ’ৰ নৱনিৰ্বাচিত বিধায়কৰ বৈঠক…

আজি ‘আপ’ৰ নৱনিৰ্বাচিত বিধায়কৰ বৈঠক…
  • দিল্লীত আজি নৱনিৰ্বাচিত আম আদমী পাৰ্টিৰ বিধায়কসকলৰ বৈঠক।
  • দিনৰ ১১.৩০ বজাত আয়োজন কৰা হৈছে এই বৈঠকৰ।
  • বৈঠকত নিৰ্বাচন কৰা হ'ব বিধায়িনী দলৰ নেতা।
  • উল্লেখযোগ্য যে দিল্লী বিধানসভা নিৰ্বাচনত ৬২খন আসন লাভ কৰিছে আম আদমী পাৰ্টীয়ে।
  • তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৮খন আসন।
  • আম আদমী পাৰ্টীয়ে লাভ কৰিছে প্ৰায় ৫৪ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৩৮.৫১ শতাংশ ভোট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in