প্ৰদেশ কংগ্ৰেছৰ আৰু দুজন নতুন মুখপত্ৰ নিযুক্তি

প্ৰদেশ কংগ্ৰেছৰ আৰু দুজন নতুন মুখপত্ৰ নিযুক্তি
  • অসম প্ৰদেশ কংগ্ৰেছৰ নতুন মুখপত্ৰ আৰু মেডিয়া পেনেলিষ্টৰ তালিকা ঘোষণা।
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নতুনকৈ নিযুক্তি দিছে আৰু দুজন মুখপত্ৰক।
  • পূৰ্বৰ মুখপত্ৰসকলৰ লগতে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ দুজন ক্ৰমে- কমল মেধি আৰু মৃদুল মালাকাৰ।
  • নতুনকৈ মেডিয়া পেনেলিষ্ট হিচাপে প্ৰদেশ কংগ্ৰেছে নিযুক্তি দিছে বেনাজিৰ আৰফান আৰু শান্তনু বৰাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in