শেহতীয়া খবৰ
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ  •  শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ  •  নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  •  বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ  •  গোৱালপাৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সৰ্বমুঠ ৬৫:৮১% ভোট গ্ৰহণ

প্ৰদেশ কংগ্ৰেছৰ আৰু দুজন নতুন মুখপত্ৰ নিযুক্তি

380
  • অসম প্ৰদেশ কংগ্ৰেছৰ নতুন মুখপত্ৰ আৰু মেডিয়া পেনেলিষ্টৰ তালিকা ঘোষণা।
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নতুনকৈ নিযুক্তি দিছে আৰু দুজন মুখপত্ৰক।
  • পূৰ্বৰ মুখপত্ৰসকলৰ লগতে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ দুজন ক্ৰমে- কমল মেধি আৰু মৃদুল মালাকাৰ।
  • নতুনকৈ মেডিয়া পেনেলিষ্ট হিচাপে প্ৰদেশ কংগ্ৰেছে নিযুক্তি দিছে বেনাজিৰ আৰফান আৰু শান্তনু বৰাক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি