বিধেয়ক বাতিলৰ পিছত বৰঝাৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক বিপুল আদৰণি…

বিধেয়ক বাতিলৰ পিছত বৰঝাৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক বিপুল আদৰণি…
  • বৰঝাৰ বিমানবন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক বিপুল আদৰণি।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হোৱাৰ পিছত গুৱাহাটীত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব।
  • APCCৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন সভাপতি তথা সাংসদ ভুবনেশ্বৰ কলিতাক আদৰণী।
  • লগতে ৰাণী নৰহ, ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক আদৰণি জনালে দলীয় নেতা–কৰ্মীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in