কংগ্ৰেছৰ পৰা গৌতম ৰয় আৰু ৰমেন বৰঠাকুৰক নিলম্বন…

কংগ্ৰেছৰ পৰা গৌতম ৰয় আৰু  ৰমেন বৰঠাকুৰক নিলম্বন…

ডিজিটেল ডেস্কঃ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত বৰ্ধিত কাৰ্য্যনিৰ্বাহকত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মা, যুৱ কংগ্ৰেছী তথা এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি পাৰ্থপ্ৰতিম বৰা আৰু সাধাৰণ সম্পাদক ৰমেশ জৈনৰ বিৰুদ্ধে নিলম্বনৰ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in