শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

বিৰাটক কাষত বহুৱাই অনুষ্কাই চলালে নাঁঁও, চাওক VIDEO…

403

ডিজিটেল ডেস্কঃ কেইবা বছৰজোৰা প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হৈছিল বিৰাট-অনুষ্কা। স্বামী ক্ৰিকেট জগতত আৰু পত্নী ব্যস্ত বলিউদত। দুয়ো ভীষণ ব্যস্ত,কিন্তু তাৰমাজতে ইজনে-সিজনৰ বাবে উলিয়ায় সময়। অষ্ট্ৰেলিয়া-ভাৰতৰ মাজত এদিনীয়া শৃংখলা চলি থকাৰ উপৰিও সমাগত বিশ্বকাপ। বুধবাৰৰ শেষৰখনৰ এদিনীয়া খেলাৰ অন্তত আইপিএল আৰু তাৰ পাছতে ইংলেণ্ডলৈ উৰা মাৰিব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী। ঠিক সেইদৰে বলিউদত কেইবাখনো ছবিৰ শ্বুটিঙত ব্যস্ত অনুষ্কা। এই ব্যস্ততাৰ মাজতে বিৰাট-অনুষ্কাই একেলগে কটোৱা এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’টো ২০১৯ৰ জানুৱাৰী মাহৰে,যি সময়ত বিৰাট-অনুষ্কাই সময় কটাইছিল নিউজিলেণ্ডত।

View this post on Instagram

virushka at newzealand in january…..vacation

A post shared by vikas (@vikas_singh91) on

ভিডিঅ’টোত দেখা গৈছে অনুষ্কাই তীব্ৰ বেগত চলাইছে ইলেক্টনিক এখন নাও। কাষতে আছে স্বামী বিৰাট। পত্মীয়ে তীব্ৰবেগত নাও চলোৱা দেখি হাঁহি হাঁহি সেই দৃশ্য উপভোগ কৰিছে বিৰাটে। উল্লেখ্য যে, ২০১৭ চনৰ ১১ ডিচেম্বৰত সম্পন্ন হৈছিল বিৰাট-অনুষ্কাৰ বিবাহ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি