অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বিয়োগত মুখ্যমন্ত্ৰী-সাংস্কৃতিক মন্ত্ৰীৰ শোক প্ৰকাশ…

অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বিয়োগত মুখ্যমন্ত্ৰী-সাংস্কৃতিক মন্ত্ৰীৰ শোক প্ৰকাশ…
  • বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • অভিনেত্ৰীগৰাকীৰ মৃত্যু ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে অপুৰণীয় ক্ষতি বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ।
  • ভট্টাচাৰ্যৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে।
  • শোকসন্তপ্ত পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ গভীৰ সমবেদনা জ্ঞাপন।
  • সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰো শোক প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in