অভিনেত্ৰী, সাংসদ কিৰণ খেৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিনেতা স্বামী অনুপম খেৰৰ

অভিনেত্ৰী, সাংসদ কিৰণ খেৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিনেতা স্বামী অনুপম খেৰৰ
  • চণ্ডীগড়ত অভিনেত্ৰী পত্নীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিনেতা অনুপম খেৰৰ।
  • বৃহস্পতিবাৰে পুৱা মণিমাজৰাৰ শিৱলিক পাৰ্কত নিৰ্বাচনী প্ৰচাৰ চলায় অভিনেতাগৰাকীয়ে।
  • স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰি নিৰ্বাচনী প্ৰচাৰ অনুপম খেৰৰ।
  • অনুপম খেৰৰ অভিনেত্ৰী পত্নী কিৰণ খেৰ বৰ্তমান বিজেপিৰ সাংসদ।
  • চণ্ডীগড়ৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে ২০১৪ চনত জয়লাভ কৰিছিল তেওঁ।
  • একেটা সমষ্টিৰ পৰাই ২০১৯ৰ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব কিৰণ খেৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in