আজি অনুপ চেতিয়াক দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ

আজি অনুপ চেতিয়াক দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক আন্দোলন চলি থকাৰ মাজতে আলফা নেতা অনুপ চেতিয়াক দিছপুৰ থানাৰ চমন৷
  • আজি পুৱা ১০ বজাত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ চেতিয়াক৷
  • দিছপুৰ থানাত ৰুজু হৈ থকা গোচৰ নং ৬৯/১৯ৰ বাবে হাজিৰ হোৱাৰ নিৰ্দেশ দিছে দিছপুৰ আৰক্ষীয়ে৷
  • আলফা নেতাগৰাকীৰ বিৰুদ্ধে ১৪৭/১৮৮/২৯৪/৫০৬/৩৪ ধাৰাত গোচৰ দিছপুৰ আৰক্ষীৰ৷
  • যথা সময়ত হাজিৰ নহ'লে আইনগত ব্যৱস্থা লোৱা হ'ব বুলিও দিছপুৰ আৰক্ষীয়ে জনালে চেতিয়াক৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in