শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

আইপিএলত চেন্নাই চুপাৰ কিংছৰ অন্য এক অভিলেখ…

932

ডিজিটেল ডেস্ক : ইউএইত অনুষ্ঠিত আইপিএলত মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে অন্য এক অভিলেখ গঢ়িবলৈ সক্ষম হয় । মঙলবাৰে দলটোৱে ছানৰাইজাৰ্ছ হাইদৰাবাদক ২০ ৰানত পৰাজিত কৰি আইপি এলৰ ইতিহাসত গঢ়ি তোলে অন্য এক অভিলেখ ।

ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংচে মঙলবাৰৰ খেল খনত জয়লাভ কৰাৰৰ পিছতে দশম সংখ্যক জয়লাভ কৰে দলটোৱে । আইপিএলত অংশগ্ৰহন কাৰী প্ৰতিটো দলৰ বিৰুদ্ধে দহ বা তাতকৈ অধিক বাৰ বিজয়ী হৈছে চেন্নাই চুপাৰ কিংছ । চেন্নাই চুপাৰ কিংছ বাহিৰে এই অভিলেখ কোনো দলে গঢ়িবলৈ সক্ষম হোৱা নাই ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি