জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ আন এক নতুন মোৰ

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ আন এক নতুন মোৰ
  • জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ আন এক নতুন মোৰ।
  • আৰ্থিক লেন-দেন সংক্ৰান্ত্ৰত সাংবাদিক গৰাকীলৈ আহিছিল এছ.এম.এছ।
  • পাব লগা ধন বিচাৰি চুতীয়ালৈ আহিছিল ভাবুকি।
  • এছ.এম.এছৰ আঁত ধৰি আৰক্ষীয়ে আটক কৰে এজনক।
  • আটক কৰা লোকজনৰ নাম জুলফিকৰ আলী।
  • জলফিকৰ আলী পেচাত এগৰাকী দৰ্জি।
  • হাতীগাঁৱৰ নটবমাৰ পৰা আৰক্ষীয়ে আটক কৰে জুলফিকৰক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in