অসম গণ পৰিষদ এৰিব দলটোৰ আন এগৰাকী প্ৰাক্তন সভাপতিয়ে !…

অসম গণ পৰিষদ এৰিব দলটোৰ আন এগৰাকী প্ৰাক্তন সভাপতিয়ে !…
  • অসম গণ পৰিষদ এৰিব বৃন্দাৱন গোস্বামীয়ে !
  • তেজপুৰত সেই ইংগিত অগপৰ নেতা গৰাকীৰ ।
  • তেজপুৰৰ পৰা বৃন্দাবন গোস্বামীক অগপই টিকট নিদিয়াৰ সম্ভাৱনা ।
  • চৰ্চা হৈ আছে সমষ্টিটোত আন এজন প্ৰাৰ্থীৰ নাম ।
  • তাৰ পিছতে এই প্ৰতিক্ৰিয়া বৃন্দাবন গোস্বামীৰ ।
  • তেজপুৰতে নিৰ্বাচন খেলিব বুলি ঘোষণা বৃন্দাবন গোস্বামীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in