নলবাৰীৰ নিবাসী ধৰ্মপ্ৰাণা অন্নপূৰ্ণা দেৱী ভাগৱতীৰ পৰলোকপ্ৰাপ্তি…

নলবাৰীৰ নিবাসী ধৰ্মপ্ৰাণা অন্নপূৰ্ণা দেৱী ভাগৱতীৰ পৰলোকপ্ৰাপ্তি…

ডিজিটেল ডেস্কঃ বুধবাৰে নলবাৰী বিদ্যাপুৰ নিবাসী মুক্তি যোদ্ধা কৃতী শিক্ষক প্ৰয়াত গণেশ্বৰ শৰ্মা ভাগৱতীৰ সহধৰ্মিনী ধৰ্মপ্ৰাণা মহিলা অন্নপূৰ্ণা দেৱী ভাগৱতীৰ গুৱাহাটী খানাপাৰাস্থিত বাসগহত পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। মৃত্যুৰ সময়ত তেওঁ ৭ গৰাকী পুত্ৰ কণ্যা কেইবাগৰাকী নাতি-নাতিনীক আৰু অলেখ জ্ঞাতি-কুটুমক এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in