বিশিষ্টা লেখিকা অনিমা গুহ আৰু নাই …

বিশিষ্টা লেখিকা অনিমা গুহ আৰু নাই …
  • বিশিষ্টা লেখিকা অনিমা গুহৰ দেহাৱসান।
  • উলুবাৰীস্থিত বাসভৱনত মৃত্যু হৈছে অনিমা গুহৰ।
  • প্ৰখ্যাত নিবন্ধকাৰ অমলেন্দু গুহৰ পত্নী আছিল অনিমা গুহ।
  • ৯০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অনিমা গুহে।
  • তেওঁৰ মৃত্যু অনুৰাগীসকলৰ শোকপ্ৰকাশ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in