আদালতৰ সন্মুখতেই অনিল ৰাজালৈ চিঞাহী নিক্ষেপ

আদালতৰ সন্মুখতেই অনিল ৰাজালৈ চিঞাহী নিক্ষেপ
  • গুৱাহাটীত আদালতৰ সন্মুখত অনিল ৰাজালৈ চিঞাহী নিক্ষেপ।
  • ৰকিবুল হুছেইনে তৰা গোচৰত আদালতত উপস্থিত হৈছিলহি অনিল ৰাজা।
  • আদালতৰ পৰা উভতাৰ পথত হঠাৎ অনিল ৰাজালৈ চিঞাহী নিক্ষেপ।
  • ৰকিবুল হুছেইনৰ সমৰ্থকৰ বিৰুদ্ধে চিঞাহী নিক্ষেপৰ অভিযোগ।
  • আজি আদালতত উপস্থিত হৈছিলহি ৰকিবুল হুছেইনো।
  • চিঞাহী নিক্ষেপৰ পাছত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাকৈ অনিল ৰাজাই ত্যাগ কৰে সেই স্থান।
  • তাৰপাছতেই ৰকিবুল হুছেইনে সংবাদ মাধ্যমক সম্বোধন কৰে আদালতৰ সন্মুখতে।
  • প্ৰায় আধা ঘণ্টা ধৰি সংবাদমাধ্যমৰ সন্মুখত মন্তব্য কৰে হুছেইনে।
  • তেওঁৰ সমৰ্থকে চিঞাহী মৰাৰ কথা অস্বীকাৰ।
  • এনে কাম বেয়া হৈছে বুলি মন্তব্য ৰকিবুলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in