শেহতীয়া খবৰ
'কা’ আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঃ ৰাজনাথ সিং  •  উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন  •  দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ ‘কা’-এনআৰচি বিৰোধী প্ৰতিবাদ...  •  জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...  •  ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিবাদী সমদল বাহিৰ...  •  দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ  •  পাকিস্তান এক ধৰ্মৰ দেশ, আনকি আমেৰিকাও ধৰ্মশাসিত দেশ, ভাৰত কেৱল ধৰ্ম নিৰপেক্ষ দেশঃ ৰাজনাথ সিং  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…  •  অমিত শ্বাহক সমালোচনা প্ৰশান্ত কিশোৰৰ, ক’লে- ‘যদি আপুনি কা বিৰোধী প্ৰতিবাদক গুৰুত্ব নিদিয়ে, তেন্তে...’

ৰিলায়েন্স কমিউনিকেশ্যনৰ সঞ্চালক পদৰ পৰা অনিল আম্বানীৰ পদত্যাগ…

692
  • অনিল আম্বানীয়ে শনিবাৰে ৰিলায়েন্স কমিউনিকেশ্যনৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে।
  • কোম্পানীটোৰ ৰেগুলেটৰী ফাইলিঙত এই কথা ঘোষণা কৰা হয়।
  • আম্বানীৰ লগতে ছায়া বিৰাণী, ৰাইনা কৰাণী, মঞ্জৰী কক্কড় আৰু সুৰেশ ৰঙ্গচৰে নিজ নিজৰ পৰা পদত্যাগ কৰিছে।
  • উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰৰ ত্ৰিমাহীত ৩০,১৪২ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল কোম্পানীটো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি