ৰিলায়েন্স কমিউনিকেশ্যনৰ সঞ্চালক পদৰ পৰা অনিল আম্বানীৰ পদত্যাগ…

ফাইল ফটো
ফাইল ফটো
  • অনিল আম্বানীয়ে শনিবাৰে ৰিলায়েন্স কমিউনিকেশ্যনৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে।
  • কোম্পানীটোৰ ৰেগুলেটৰী ফাইলিঙত এই কথা ঘোষণা কৰা হয়।
  • আম্বানীৰ লগতে ছায়া বিৰাণী, ৰাইনা কৰাণী, মঞ্জৰী কক্কড় আৰু সুৰেশ ৰঙ্গচৰে নিজ নিজৰ পৰা পদত্যাগ কৰিছে।
  • উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰৰ ত্ৰিমাহীত ৩০,১৪২ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল কোম্পানীটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in