অন্ধ্ৰপ্ৰদেশত লাইনচ্যুত যাত্ৰীবাহী ৰে’ল…

অন্ধ্ৰপ্ৰদেশত লাইনচ্যুত যাত্ৰীবাহী ৰে’ল…
  • অন্ধ্ৰপ্ৰদেশৰ চিটুৰত সংঘটিত হ'ল ৰেল দুৰ্ঘটনা।
  • য়েৰপুডে ৰেল ষ্টেচনৰ সমীপত লাইনচ্যুত হ'ল কেৰালা এক্সপ্ৰেছ।
  • দিল্লীৰ পৰা ত্ৰিৱেনড্ৰাম অভিমুখে গৈ আছিল যাত্ৰীবাহী ৰে'লখন।
  • এই দুৰ্গঘটনাত কোনো যাত্ৰী হতাহত হোৱা নাই।
  • এই কথা জনাই ছাউথ চেন্ট্ৰেল ৰেল'ৱেৰ চিপিআৰঅ'ই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in