অন্ধ্ৰপ্ৰদেশত ঘূৰ্ণি বতাহৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি, চাওঁক VIDEO

অন্ধ্ৰপ্ৰদেশত ঘূৰ্ণি বতাহৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশত তাণ্ডৱ চলালে ঘূৰ্ণি বতাহে।প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি উভালি পৰে এই ঘূৰ্ণি বতাহৰ ফলত। চৌদিশে প্ৰায় অন্ধকাৰময় পৰিস্থিতি। ঘূৰ্ণি বতাহৰ ফলত আতংকিত হৈ পৰিছে স্থানীয়বাসী। চাওঁক অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ ঘূৰ্ণি বতাহৰ সেই ভিডিঅ'-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in