অন্ধ্ৰপ্ৰদেশত প্ৰৱজিত শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত…

অন্ধ্ৰপ্ৰদেশত প্ৰৱজিত শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত…
  • অন্ধ্ৰপ্ৰদেশত প্ৰৱজিত শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত।
  • ১০ জন শ্ৰমিক আহত হৈছে।
  • বাংগালুৰুৰ পৰা কলকাতালৈ গৈ আছিল বাছখন।
  • শ্ৰীকাকুলুম জিলাৰ মাণ্ডাছাত এই দুৰ্ঘটনা সংঘটিত হৈছে।
  • হাস্পতালত ভৰ্তি কৰা হৈছে আহতসকলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in