আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি

আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি
  • আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টিৰ প্ৰাৰ্থিৰ তালিকা প্ৰকাশ।
  • টি ডি পি দলে লোকসভা নিৰ্বাচনৰ বাবে ২৫ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।
  • বিধানসভা নিৰ্বাচনৰ বাবে ৩৬ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ টি ডি পি দলৰ।
  • অন্ধপ্ৰদেশত ১১ এপ্ৰিলত অনুষ্ঠিত হ'ব লোকসভাৰ নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in