পুনৰ কোভিড কেয়াৰ চেন্টাৰত অগ্নিকাণ্ডঃ নিহত ৭কোৰোনা ৰোগী…

পুনৰ কোভিড কেয়াৰ চেন্টাৰত অগ্নিকাণ্ডঃ নিহত ৭কোৰোনা ৰোগী…
  • অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত এখন হোটেলত ভয়ংকৰ বিস্ফোৰণ।
  • হোটেলখনত শেহতীয়াকৈ স্থাপন কৰা হৈছিল কোভিড কেয়াৰ চেন্টাৰ।
  • চেন্টাৰটোত থকা ৭গৰাকী কোৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।
  • ৩০ৰো অধিক ৰোগী ভৰ্তি হৈ আছিল চেন্টাৰটোত।
  • বৰ্তমানলৈ ২২গৰাকী ৰোগীক উদ্ধাৰ কৰা হৈছে।
  • কেইবাখনো অগ্নিনিৰ্বাপক গাড়ীয়ে জুই নিয়ন্ত্ৰণলৈ আনে।
  • মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in