শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

পুনৰ কোভিড কেয়াৰ চেন্টাৰত অগ্নিকাণ্ডঃ নিহত ৭কোৰোনা ৰোগী…

264
  • অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত এখন হোটেলত ভয়ংকৰ বিস্ফোৰণ।
  • হোটেলখনত শেহতীয়াকৈ স্থাপন কৰা হৈছিল কোভিড কেয়াৰ চেন্টাৰ।
Image
  • চেন্টাৰটোত থকা ৭গৰাকী কোৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।
  • ৩০ৰো অধিক ৰোগী ভৰ্তি হৈ আছিল চেন্টাৰটোত।
Image
  • বৰ্তমানলৈ ২২গৰাকী ৰোগীক উদ্ধাৰ কৰা হৈছে।
  • কেইবাখনো অগ্নিনিৰ্বাপক গাড়ীয়ে জুই নিয়ন্ত্ৰণলৈ আনে।
  • মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।
Image
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি