শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষৰ চীপ লৈ আত্মহত্যা…

397
  • অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা টিডিপিৰ জ্যেষ্ঠ নেতা কডেলা শিৱ প্ৰসাদ ৰাওৱে কৰিলে আত্মহত্যা।
  • সোমবাৰে বাসগৃহত চীপ লৈ আত্মহত্যা কৰিলে ৰাওৱে।
  • এই খবৰে এতিয়া আচৰিত কৰি তুলিছে ৰাজ্যবাসীক।
  • ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চন্দ্ৰশ্বেখৰ ৰাওৱে সহানুভূতি জনালে প্ৰাক্তন অধ্যক্ষগৰাকীৰ পৰিয়ালবৰ্গক।
  • উল্লেখ্য যে, কডেলা শিৱ প্ৰসাদ ৰাও হৈছিল ৬বাৰকৈ সাংসদ।
  • তেওঁ কিয় আত্মহত্যা কৰিলে এই সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি