অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষৰ চীপ লৈ আত্মহত্যা…

অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষৰ চীপ লৈ আত্মহত্যা…
  • অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা টিডিপিৰ জ্যেষ্ঠ নেতা কডেলা শিৱ প্ৰসাদ ৰাওৱে কৰিলে আত্মহত্যা।
  • সোমবাৰে বাসগৃহত চীপ লৈ আত্মহত্যা কৰিলে ৰাওৱে।
  • এই খবৰে এতিয়া আচৰিত কৰি তুলিছে ৰাজ্যবাসীক।
  • ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চন্দ্ৰশ্বেখৰ ৰাওৱে সহানুভূতি জনালে প্ৰাক্তন অধ্যক্ষগৰাকীৰ পৰিয়ালবৰ্গক।
  • উল্লেখ্য যে, কডেলা শিৱ প্ৰসাদ ৰাও হৈছিল ৬বাৰকৈ সাংসদ।
  • তেওঁ কিয় আত্মহত্যা কৰিলে এই সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in