জম্মু-কাশ্মীৰৰ অনন্তনাগত আৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত

জম্মু-কাশ্মীৰৰ অনন্তনাগত আৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত
  • জম্মু কাশ্মীৰত আৰক্ষীৰ দলৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।
  • অনন্তনাগৰ কে পি ৰোডত আৰক্ষীলৈ লক্ষ্য কৰি প্ৰথমে গুলী বৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে।
  • আৰক্ষী সন্ত্ৰাসবাদীৰ মাজত চলি আছে গুলিয়াগুলী।
  • হতাহতৰ সবিশেষ তথ্য এতিয়াও অহা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in