শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা... VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  জাতিৰ সংকটকালত অগপ ব্যস্ত ন-খোৱাতঃ ডিব্ৰুগড়ত কি হ'ল চাওঁক VIDEO  •  অগপৰ কাৰ্যালয়ত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লৈ হতাহতি, আৰক্ষীয়ে আটক কৰিলে ৮ প্ৰতিবাদকাৰীক  •  তেজপুৰত যতীন বৰাক পহুখেদা! VIDEO  •  নেডা উত্তৰ-পূববাসীৰ সৈতে থিয় হ’ব লাগেঃ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ জোঁৰ সমদল  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ জোঁৰ সমদল

ছুপাৰ-৩০ৰ সফলতাৰ পাছত নৈশ ভোজনৰ বাবে হৃতিক ৰোচনৰ বাসগৃহত উপস্থিত আনন্দ কুমাৰ…

633

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা হৃতিক ৰোচনৰ ছবি ‘ছুপাৰ-৩০’ৰ বৃহৎ সফলতাৰ পাছত আনন্দ কুমাৰক মুম্বাইস্থিত বাসগৃহত পৰিয়ালৰ সৈতে নৈশ ভোজনৰ বাবে নিমন্ত্ৰণ জনায়। উল্লেখ্য যে আনন্দ কুমাৰ সেইজনে ব্যক্তি যাৰ জীৱনক লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছিল।

শুকুৰবাৰে এই নৈশ ভোজনৰ বাবে আনন্দ কুমাৰে ভাতৃ প্ৰণৱ কুমাৰ সৈতে উপস্থিত হয় হৃতিক ৰোচনৰ বাসগৃহত। লগতে এই নৈশ ভোজনত উপস্থিত থাকে ছুপাৰ-৩০ ছবিখনৰ পৰিচালক বিকাশ বহল, মধু মণ্টেনা আৰু হৃতিক ৰোচনৰ পিতৃ-মাতৃ আৰু খুৰা।

9i3vnqmo

ইফালে, আনন্দ কুমাৰে মুম্বাইৰ পৰা পাটনাত ঘূৰি আহি সংবাদমাধ্যমৰ আগত কয়- ‘বহুতেই ভাল লাগিল তেওঁলোকক লগ পায়। আৰু মই বহুত সুখী যে, হৃতিক ৰোচনৰ মাতৃয়ে এই ছবিখন ছবিগৃহত গৈ ৯বাৰ চাইছিল।’

71iodt7o

লগতে তেওঁ কয় যে, মোৰ জীৱনক ছবিৰ জৰিয়তে হৃতীক ৰোচনে দেশবাসীৰ আগত দাঙি ধৰাৰ বাবে মই চিৰকৃতজ্ঞ। উল্লেখ্য যে, ছুপাৰ-৩০ ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল মুঠ ৩১৭ কোটি টকা।

c10gk71o
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি