কোৰোনাৰ বিৰুদ্ধে যুঁজ কৰি ভাৰতীয় সেনাৰ ব্ৰিগেডিয়াৰৰ মৃত্যু…

কোৰোনাৰ বিৰুদ্ধে যুঁজ কৰি ভাৰতীয় সেনাৰ ব্ৰিগেডিয়াৰৰ মৃত্যু…
  • কোৰোনাৰ বিৰুদ্ধে যুঁজ কৰি হাৰ মানিলে ভাৰতীয় সেনাৰ ব্ৰিগেডিয়াৰে।
  • কলকাতাত কৰ্মৰত হৈ আছিল ব্ৰিগেডিয়াৰজন।
  • কোভিড-১৯ৰ বাবে তেওঁৰ মৃত্যু হয়।
  • ইষ্টাৰ্ণ কমাণ্ডত তেওঁ দায়িত্ব পালন কৰি আছিল।
  • কলকাতা ইষ্টাৰ্ণ কমাণ্ডৰ ডিফেন্স পিআৰঅ'ই এই কথা সদৰি কৰিছে।
  • ব্ৰিগেডিয়াৰগৰাকীৰ নাম বিকাশ সাম্যেল।
  • মঙলবাৰে মৃত্যু হয় বিষয়াগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in