শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

মণিপুৰত বিস্ফোৰণক কেন্দ্ৰ কৰি পুৱাই সৃষ্টি হ’ল হাহাকাৰ পৰিৱেশৰ…

399
  • মণিপুৰত পুৱাই বিস্ফোৰণ।
  • ৰাজধানী ইম্ফলত হোৱা বিস্ফোৰণৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
  • পশ্চিম ইম্ফলৰ নাগমপাল ৰিমচ ৰোডত বিস্ফোৰণ সংঘটিত হৈছে।
  • IED বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক।
  • বৰ্তমান লৈকে জানিব পৰা হোৱা নাই হতাহতৰ বিষয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি