মণিপুৰত বিস্ফোৰণক কেন্দ্ৰ কৰি পুৱাই সৃষ্টি হ’ল হাহাকাৰ পৰিৱেশৰ…

মণিপুৰত বিস্ফোৰণক কেন্দ্ৰ কৰি পুৱাই সৃষ্টি হ’ল হাহাকাৰ পৰিৱেশৰ…
  • মণিপুৰত পুৱাই বিস্ফোৰণ।
  • ৰাজধানী ইম্ফলত হোৱা বিস্ফোৰণৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
  • পশ্চিম ইম্ফলৰ নাগমপাল ৰিমচ ৰোডত বিস্ফোৰণ সংঘটিত হৈছে।
  • IED বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক।
  • বৰ্তমান লৈকে জানিব পৰা হোৱা নাই হতাহতৰ বিষয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in