দুৰ্ঘটনাত পতিত সেনা বাহিনীৰ হেলিকপ্টাৰ…

দুৰ্ঘটনাত পতিত সেনা বাহিনীৰ হেলিকপ্টাৰ…
  • সোমবাৰে দুৰ্ঘটনাত পতিত হয় সেনা বাহিনীৰ এখন হেলিকপ্টাৰ ।
  • জম্মু-কাশ্মীৰৰ ৰাইছিত সংঘটিত হয় এই দুৰ্ঘটনা।
  • পুৱা প্ৰায় ১১.১৫ বজাত সংঘটিত এই দুৰ্ঘটনা।
  • হেলিকপ্টাৰখনৰ দুয়োজন পাইলট সুৰক্ষিত বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in