শেহতীয়া খবৰ
বাক্সাত পূজা আয়োজক কমিটীৰ ব্যতিক্ৰমী পদক্ষেপ, বিশেষভাৱে সক্ষম শিল্পীৰে অনুষ্ঠিত কৰিলে সাংস্কৃতিক অনুষ্ঠান...  •  শালবাৰীত ছাত্ৰ সন্থাই ৬ খনকৈ ডাম্পাৰ-ট্ৰাক আৱদ্ধ কৰি চমজাই দিলে মহকুমা প্ৰশাসনক  •  দুৱাৰদলিত অসমীয়াৰ বাপতিসাহোন কাতি বিহুঃ নাৰায়ণপুৰৰ একাংশ পথাৰত নজ্বলে লখিমীক আদৰাৰ বন্তিগচি...  •  সমাজহিতৈষী চন্দ্ৰ কলিতাৰ পৰলোক, নলবাৰীত শোক...  •  ঢকুৱাখনাত স্থাপন হ'ব টেট পৰীক্ষাৰ কেন্দ্ৰঃ পৰীক্ষাৰ্থীৰ দাবীক সহাৰি মন্ত্ৰী নৱ কুমাৰ দলেৰ...  •  ৩১ অক্টোবৰৰ ভিতৰত পথত থকা সকলো গাঁত নাইকিয়া কৰা হ'বঃ ঘোষণা মু্খ্যমন্ত্ৰীৰ...  •  তামুলপুৰৰ বিমলা নগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন...  •  সাৱধান! ৰাজ্যত ইৰাণী গ্ৰুপৰ বৃহৎ বিহাৰী মহিলাৰ গেঙৰ প্ৰৱেশ ...  •  বৰপেটাত পুনৰ আৰক্ষীৰ জালত জেএমবিৰ দুৰ্ধৰ্ষ নেতা, VIDEO...  •  ৰত্নাকৰঃ ষষ্ঠ দিনাৰ উপাৰ্জন ৪২ লাখ, মুঠ উপাৰ্জন হৈছেগৈ...

আজি অমৰীশ পুৰীৰ জন্মদিন…

199

ডিজিটেল ডেস্কঃ বলিউদত তেওৰ আছিল সুকীয়া আসন। ডাঙৰ চকু, দমদাৰ কন্ঠৰ গৰাকী অমৰীশ পুৰীৰ আজি জন্মদিন। পুৰীৰ জন্মদিনত গুগলেও ডুডল নিৰ্মাণ কৰি অভিনেতা কৰিলে স্মৰণ।

খলনায়ক অভিনয়েই হওক অথবা অন্য কোনো চৰিত্ৰৰ অভিনয়েই হওক, সকলো চৰিত্ৰৰে অভিনয় অতি নিখুতভাৱে কৰিছিল পুৰীয়ে। খলনায়কৰ অভিনয়ত পুৰী হৈছে অদ্বিতীয়। মিষ্টাৰ ইণ্ডিয়াৰ মগেম্ব’ চৰিত্ৰটো সকলো চিত্ৰপ্ৰেমী ৰাইজৰ নখদৰ্পনত।

Related image

বলিউদৰ সকলো খলনায়কৰ চৰিত্ৰ যেন অমৰীশ পুৰীক লৈয়ে ৰচনা হয়! খলনায়কৰ অভিনয় ৰূপায়ন কৰি কেইবাটাও পুৰষ্কাৰো লাভ কৰিছিল অভিনেতা জনে।

Image result for অমরেশ পুরী

১৯৩২ চনৰ ২২ জুনত পঞ্জাৱৰ জলন্ধৰত জন্ম হৈছিল অমৰীশ পুৰী। ১৯৬৭ চনত এখন মৰাঠী ছবিৰ যোগেদি অভিনয় জীৱনৰ পাতনি মেলে পুৰীয়ে। ১৯৭১ চনত ‘ৰেশমা অৰ শ্বেৰা’ নামৰ ছবিখনেৰে বলিউদত খোজ পেলায়। তাৰ পিছতে তেও আৰু ঘূৰি চোৱা নাই।

Image result for অমরেশ পুরী

২০০৫ চনৰ ১২ জানুৱাৰীত দেহাৱসান ঘটে পুৰীৰ। কিন্তু অভিনেতা জনৰ গলগলীয় মাতৰ কিছু বিখ্যাত সংলাপ আজিও দৰ্শকৰ মুখে মুখে।

Image result for অমরেশ পুরী
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি