মঙলবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আমৰী কাৰ্বি সংগঠনে…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মঙলবাৰে সোণাপুৰৰ লালমাটিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কাৰ্যসূচী। এক টুইটাৰ যোগে এই কথা সদৰী কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে। তেওঁ টুইটাৰত উল্লেখ কৰে যে, আমৰী কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বহু কেইটা আমৰী কাৰ্বি জনগোষ্ঠীয় সংগঠনে ১৭ নবেম্বৰৰ পুৱা ৮ বজাৰ পৰা কৰিব পথ অৱৰোধ।

এডিজিপি জি পি সিঙে টুইটাৰত লিখিছে- 'Amri Karbi Student Union (AKSU), Amri Karbi Devt. Council (AKDC), Amri Karbi National Council (AKNC), Amri Karbi Arleso Aseim(AKAA) and other organisations of Amri Karbi community have planned to block NH 37 at Lalmati, Sonapur Guwahati starting from 8 AM on Nov 17th."

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in