asomiyapratidin
চীনৰ বিশেষ প্ৰশাসনিক অঞ্চল হংকংত প্ৰতিলিটাৰ গেছলিনৰ মূল্য হ’ল ২.৯৬১ মাৰ্কিন ডলাৰ (২৪৫.০৭ ভাৰতীয় টকা)
মনাকোত প্ৰতিলিটাৰ গেছলিনৰ বাবদ খৰচ হয় ২.২৮৪ মাৰ্কিন ডলাৰ (১৮৯.০৪ ভাৰতীয় টকা)
আইছলেণ্ডত প্ৰতিলিটাৰ গেছলিনৰ মূল্য হ’ল ২.২৮৩ মাৰ্কিন ডলাৰ (১৮৮.৯৭ ভাৰতীয় টকা)
চেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকত প্ৰতিলিটাৰ গেছলিনত খৰচ হয় ২.১৯০ মাৰ্কিন ডলাৰ (১৮১.২৭ ভাৰতীয় টকা)
প্ৰতিলিটাৰ গেছলিনত ফিনলেণ্ডত খৰচ হয় ২.১৪২ মাৰ্কিন ডলাৰ (১৭৭.২৯ ভাৰতীয় টকা)
বাৰ্বাডছত প্ৰতিলিটাৰ গেছলিনৰ মূল্য হ’ল ২.১০১ মাৰ্কিন ডলাৰ (১৭৩.৯০ ভাৰতীয় টকা)
নৰৱে’ত প্ৰতিলিটাৰ গেছলিনত খৰচ হয় ২.১০০ মাৰ্কিন ডলাৰ (১৭৩.৮২ ভাৰতীয় টকা)
ডেণমাৰ্কত প্ৰতিলিটাৰ গেছলিনৰ মূল্য হ’ল ২.০৯৩ মাৰ্কিন ডলাৰ (১৭৩.২৪ ভাৰতীয় টকা)
ফ্ৰাণ্সত প্ৰতিলিটাৰ গেছলিনত খৰচ হয় ২.০৬৭ মাৰ্কিন ডলাৰ (১৭১.০৯ ভাৰতীয় টকা)
প্ৰতিলিটাৰ গেছলিনৰ বাবদ ছুইটজাৰলেণ্ডত খৰচ হয় ২.০২৯ মাৰ্কিন ডলাৰ (১৬৭.৯৪ ভাৰতীয় টকা)