কফিৰ সহায়ত পাকঘৰত দৈনিক উপদ্ৰৱ চলোৱা পইতাচোৰাৰ পৰা সকাহ পাব পাৰি।
পাকঘৰত থকা পইতাচোৰাৰ পৰা সকাহ পাবলৈ আপুনি নিম তেল ব্যৱহাৰ কৰিব পাৰে।
পইতাচোৰাৰ পৰা সকাহ পাবলৈ বেছিকৈ গোন্ধ থকা তথা ‘মিণ্ট ফ্লেভাৰ’ৰ মাউথৱাছও ব্যৱহাৰ কৰিব পাৰি।
ফেব্ৰিকৰ সহায়তো আপুনি পইতাচোৰা পাকঘৰৰ পৰা আঁতৰাই ৰাখিব পাৰে।
পইতাচোৰাৰ আতংকৰ পৰা ৰক্ষা পাবলৈ আপুনি বৰিক পাউডাৰো ব্যৱহাৰ কৰিব পাৰে।