মা লক্ষ্মীৰ কৃপা লাভৰ সহজ উপায় কেইটা আপুনিও জানি লওঁক

ৰাতিপুৱা সোনকালে উঠি গা ধুই তামৰ পাত্ৰ এটাত পানী ভৰাই ল'ব। এই পানীখিনিত অকনমান সেন্দুৰ আৰু ফুল মিহলি কৰি সৃৰ্য দেৱতাক আগবঢ়াব।

ঘৰটো পৰিস্কাৰ হৈ থাকিলে মা লক্ষ্মী সুখী হয়।

ৰাতিপুৱা সোনকালে উঠি গা ধুই ঘৰৰ মূল প্ৰৱেশদ্বাৰত ঘিউৰ চাকি জ্বলাব।

বিশ্বাস কৰা হয় যে দেৱী লক্ষ্মী তুলসীত বাস কৰে। সেয়েহে এই তুলসীৰ গুৰিত পানী আগবঢ়ালে ঘৰলৈ সুখ আৰু সমৃদ্ধি আনে।

ৰাতিপূৱা উঠি আপোনাৰ হাতৰ তলুৱালৈ চাব। এনে কৰোতে 'ওম কাৰ্গ্ৰে বস্তে লক্ষ্মী কাৰত সৰস্বতী কাৰ্মুলে তু গোবিন্দা প্ৰভাতে কাৰদৰ্শনমৰ' মন্ত্ৰ জপ কৰক।