যিমানেই সোৱাদযুক্ত, স্বাস্থ্যৰ বাবে সিমানেই হানিকাৰক আপোনাৰ-মোৰ সকলো ৰে প্ৰিয় চাওমিন

নুডলছত ব্যৱহৃত এমএছজি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।

নুডলছত খুব কম পৰিমাণে প্ৰ'টিন আৰু আঁহ পোৱা যায়। প্ৰ'টিন সেৱন কৰি আপুনি আপোনাৰ পেট দীৰ্ঘসময়লৈ ভৰাই ৰাখিব পাৰে আৰু আঁহে অন্ত্ৰ পৰিস্কাৰ কৰাত সহায় কৰে।

গৰ্ভধাৰণৰ সময়ছোৱাত মাতৃয়ে কিবা খোৱা-বোৱাত ভুল কৰিলে ই শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰে।